Almost ready!
In order to save audiobooks to your Wish List you must be signed in to your account.
Log in Create accountShop Small Sale
Shop our limited-time sale on bestselling audiobooks. Don’t miss out—purchases support local bookstores.
Shop the saleLimited-time offer
Get two free audiobooks!
Now’s a great time to shop indie. When you start a new one credit per month membership supporting local bookstores with promo code SWITCH, we’ll give you two bonus audiobook credits at sign-up.
Sign up todayMur Hridoy Ekhon Juddhakhetra
This audiobook uses AI narration.
We’re taking steps to make sure AI narration is transparent.
Learn moreSummary
প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থকেইখনিৰ এখনি অন্যতম গ্ৰন্থ "মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ" ।
গ্ৰন্থখনত সন্নিৱিষ্ট বৰগোহাঞিদেৱৰ জীৱনৰ ভিন্ন ঘটনা-পৰিঘটনাই আপোনাৰ জীৱনটোকো ফঁহিয়াই চোৱাৰ অৱকাশ দিব। কি আছে এই গ্ৰন্থখনৰ ভিতৰছোৱাত? জীৱনৰ সত্তৰ বছৰীয়া জন্মদিনটো কিয় তেওঁৰ বাবে বিশেষ আছিল? কেনে ধৰণৰ আছিল তেওঁৰ মনোজগতখন? যৌৱনৰ আৰম্ভণিৰে পৰা আত্মহত্যাৰ চিন্তাই তেওঁক লগ এৰা নাছিল। কিন্তু কিয়? আত্মহত্যাৰ প্ৰৱণতা আছিল নেকি তেওঁৰ? এই প্ৰৱণতাৰ বাবেই লিখি পেলাইছিল নেকি 'এপিটাফ' নামৰ গল্পটো? প্ৰেম আহিছিলনে তেওঁৰ জীৱনলৈ? 'সাউদৰ পুতেকে নাওঁ মেলি যায়' গ্ৰন্থত উল্লেখিত ৰেণুৰ প্ৰতি কেনেধৰণৰ মনোভাৱ আছিল তেওঁৰ। প্ৰেম নে আকৰ্ষণ? তেওঁ বাৰে বাৰে উল্লেখ কৰা নৰকবাস প্ৰকৃততে কি আছিল? কিয় জীৱনৰ এছোৱা সময়ক তেওঁ নৰকৰ লগত তুলনা কৰিলে? নিশা বেশ্যাৰ গলিলৈ কি কাৰণে তেওঁ যাবলগীয়া হৈছিল? এই সকলোখিনি জানিবলৈ
"ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থ "মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ"।